প্ৰতিনিধিত্বমূলক ফটো 
অসম

কাইলৈ ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল...

Asomiya Pratidin
  • কাইলৈ(বৃহস্পতিবাৰ) ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল।

  • শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে জনাই এই কথা।

  • পুৱা ৯-০০ বজাত ঘোষণা হ'ব উঃমাঃৰ চূড়ান্ত বৰ্ষৰ ফলাফল।

  • কেইবাটাও ৱেৱচাইটত প্ৰকাশ পাব ফলাফল।