হোজাই

লংকাত ১০ খন গৰু ভৰ্তি বাহন জব্দঃ আটক ৮ জন চালক

Asomiya Pratidin
  • লংকাত অব্যাহত আছে অবৈধ গৰু সৰবৰাহ

  • নিশা খাৰিখানাত ১০ খনকৈ গৰু ভৰ্তি চাৰিচকীয়া বাহন জব্দ ৰাইজৰ

  • ১০ খন গাড়ীত আছিল ৯৭ টাকৈ গৰু

  • খাৰিখানাত আৰক্ষী উপস্থিত হৈ গৰুভৰ্তি বাহন কেইখনমান জব্দ কৰে

  • আটক ৮ জন চালক

  • লংকা আৰক্ষীৰ তদন্ত অব্যাহত