লামডিঙত পুনৰ জব্দ বাৰ্মিজ চুপাৰিঃ ৰে'ল আৰক্ষী আৰু জি আৰ পিৰ অভিযান... 
হোজাই

লামডিঙত পুনৰ জব্দ বাৰ্মিজ চুপাৰিঃ ৰে'ল আৰক্ষী আৰু জি আৰ পিৰ অভিযান...

Asomiya Pratidin
  • ৰাজ্যত অব্যাহত বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ।

  • পুনৰ লামডিং ৰে’লৱে জংছনত জব্দ বৃহৎ‍ পৰিমাণৰ বাৰ্মিজ চুপাৰি।

  • জব্দ কৰা হৈছে ৩০০ বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰি।

  • ৰে’ল আৰক্ষী, GRPৰ অভিযানত জব্দ হৈছে এই চুপাৰিখিনি।

  • নামনিমুৱা অবধ আসাম এক্সপ্রেছৰ পাৰ্চেল দবাত আনিছিল চুপাৰিখিনি।

  • জব্দ কৰা চুপাৰিখিনিৰ বজাৰ মূল্য প্রায় ২৫ লাখ টকা।