হোজাই

উদালীত নিচাযুক্ত সামগ্ৰী জব্দ, আটক ৩

Asomiya Pratidin
  • লংকাৰ উদালী তিনিআলিত আৰক্ষীৰ অভিযান

  • ড্ৰাগছসহ আটক তিনিজন

  • ৫২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ

  • আটকাধীন ৩ জন ক্ৰমে আইনুল হক(৩৫), নাজিম উদ্দিন(২০) আৰু চাজিদ আলী(২৪)

  • জব্দকৃত ৫২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰত আছে ৯৫ গ্ৰাম ড্ৰাগছ

  • আটকাধীন ৩ জনক লংকা আৰক্ষী থানাত ৰাখিছে

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত