হোজাই

লংকাত অগ্নিকাণ্ডঃ ৪০-৫০ লক্ষাধিক টকাৰ সা-সম্প্ৰত্তিৰ ক্ষয়-ক্ষতি

Asomiya Pratidin
  • লংকাৰ কৰৈঅনি বজাৰত বিধ্বংসী অগ্নিকাণ্ড

  • অগ্নিকাণ্ডৰ ফলত ৮ খনকৈ ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত

  • নগদ ধনসহ আনুমানিক ৪০/৫০ লক্ষাধিক টকাৰ সা-সম্প্ৰত্তি ক্ষয়ক্ষতি

  • কৰৈঅনি বজাৰৰ গাতে লাগি থকা শিক্ষা প্ৰতিষ্ঠানৰ জাৱৰৰ দ'মৰ পৰা জুই সূত্ৰপাত হোৱাৰ সন্দেহ

  • ৩ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে

  • ব্যৱসায়ীসকলৰ সকলো সামগ্ৰী জুইত ভস্মীভূত