লামডিঙত ৰে'ল আৰক্ষীৰ অভিযানত গাঞ্জাসহ দুজনক আটক... 
হোজাই

লামডিঙত ৰে'ল আৰক্ষীৰ অভিযানত গাঞ্জাসহ দুজনক আটক...

Asomiya Pratidin
  • লামডিং ৰে'লৱে জংচনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুজন ৷

  • লামডিং ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ নিষিদ্ধ ভাংখিনি ৷

  • নামনিমুৱা ১৫৯০৯ অবধ আছাম এক্সপ্ৰেছ ৰে'লৰ সাধাৰণ শ্ৰেণীৰ ডবাৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ ভাংখিনি।

  • আটকাধীন সৰবৰাহকাৰী দুগৰাকী তামিলনাডুৰ।

  • দুয়োৰে নাম ক্ৰমে অখিলেষ কুমাৰ আৰু মুশৰিফা খাতুন ৷

  • জব্দ কৰা ভাং খিনিৰ পৰিমাণ প্ৰায় ৩০ কেজি।

  • দুয়োগৰাকীয়ে ডিমাপুৰৰ পৰা বিহাৰলৈ সৰবৰাহ কৰিছিল এই ভাং খিনি।