অসম

মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

Asomiya Pratidin
  • চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান।

  • অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ এই অভিযান।

  • উক্ত অভিযানত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ।

  • অশান্তজৰ্জৰ মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ পাহাৰীয়া এলেকাত জব্দ অত্যাধুনিক মাৰণাস্ত্ৰ।

  • উদ্ধাৰ হোৱা মাৰণাস্ত্ৰসমূহৰ ভিতৰত কেইটামান বিদেশত নিৰ্মিত।

  • জব্দকৃত মাৰণাস্ত্ৰসমূহ কান্ত্ৰি মেড ৰাইফল আৰু অন্যান্য মাৰণাস্ত্ৰ‌ বুলি সদৰী কৰিছে নিৰাপত্তা বাহিনীয়ে।