অসম

গোলকগঞ্জত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

Asomiya Pratidin
  • বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান।

  • অভিযানত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ।

  • আৰক্ষীয়ে আটক কৰে ৫ চুপাৰি সৰবৰাহকাৰীক।

  • এখন ট্রাকৰ পৰা ১৬০ বস্তা সন্দেহযুক্ত বাৰ্মিজ চুপাৰি জব্দ।

  • ধৃত ৰছিদুল হক, ইয়াৰুপ আলী, হবিবৰ ৰহমান, ৰাজিবুল হক, কাছিমুদ্দিন আলী।