অসম

জখলাবন্ধা থানাৰ লকআপত আচামীয়ে বাচি ল'লে চৰম পন্থা...

Asomiya Pratidin
  • জখলাবন্ধা থানাৰ লকআপত আচামীৰ আত্মহত্যা।

  • মৃত আচামীজনৰ নাম ৰাজু নাথ।

  • কম্বলেৰে চিপ লৈ আত্মহত্যা আচামী ৰাজু নাথৰ।

  • গুৱাহাটীৰ মালিগাঁৱত ঘৰ মৃত আচামীজনৰ।

  • শুকুৰবাৰে জখলাবন্ধা আৰক্ষীয়ে আটক কৰিছিল।

  • চালকক হত্যা কৰি গাড়ী চুৰি ঘটনাত অভিযুক্ত আছিল।