তিতাবৰত ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰঃ সোধপোচৰ বাবে আটক দুজনক... 
যোৰহাট

তিতাবৰত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰঃ সোধপোচৰ বাবে আটক দুজনক...

Asomiya Pratidin
  • তিতাবৰ আৰক্ষীৰ বৃহৎ সফলতা।

  • ড্ৰাগছসহ আটক এজনক।

  • তিতাবৰ আৰক্ষীয়ে গোপন সুত্ৰৰ পমখেদি চলাইছিল অভিযান।

  • তিতাবৰৰ পথাৰ শ্যাম গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সবৰাহকাৰীটোক।

  • গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ৰাজীৱ শ্যাম।

  • আৰক্ষীয়ে জব্দ কৰিছে এখন বেলেন' বাহনো।

  • বাহনখনৰ নম্বৰ AS-03-AF-4863।

  • আনহাতে সোধপোচৰ বাবে আৰক্ষীয়ে আটক কৰিছে আন দুজনক।

  • আটকাধীন আন দুজন যুৱক হৈছে পার্থ দাস আৰু প্ৰবাল দাস।