তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা 
যোৰহাট

তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা

  • ৰখাই থোৱা কন্টেনাৰত খুন্দা মাৰে Tata Altroz গাড়ীয়ে

  • তিতাবৰৰ পৰা অহা এখন Tata Altroz গাড়ীয়ে খুন্দা মাৰে ন আলিৰ ওপৰত ৰখাই থোৱা এখন কন্টেনাৰত

  • দুৰ্ঘটনাত আহত Altroz গাড়ীখনৰ চলকসহ আৰোহী

  • আহত এজনক সংকটজনক অৱস্থাত JMCHলৈ প্ৰেৰণ

  • দুৰ্ঘটনা সংঘটিত TATA ALTROZ বাহনৰ নম্বৰ AS 03 AB 8597

  • কন্টেনাৰখনৰ নম্বৰ AS 01 JC 2801।