যোৰহাট

যোৰহাটত এ টি এমত অগ্নিসংযোগ দুৰ্বৃত্তৰ

Asomiya Pratidin
  • যোৰহাটৰ চিনামৰাত দুৰ্বৃত্তৰ তাণ্ডৱ।

  • ধন লুট কৰি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এ টি এমত অগ্নিসংযোগ।

  • বন্ধ হৈ আছিল এ টি এমটোৰ ছাটাৰ।

  • স্থানীয় ৰাইজৰ সন্দেহ ওপজাত খবৰ দিয়ে আৰক্ষীক।