যোৰহাট

উৎকোচ লৈ গ্ৰেপ্তাৰ যোৰহাটৰ বন বিষয়া

Asomiya Pratidin
  • উৎকোচ লৈ গ্ৰেপ্তাৰ যোৰহাটৰ আঞ্চলিক বন বিষয়া।

  • দুৰ্নীতি নিবাৰক শাখাৰ জালত ৰেঞ্জাৰ ইকবাল আহমেদ।

  • যোৰহাটত ঘোচ লৈ হাতে-লোটে আটক চৰকাৰী বিষয়াগৰাকীক।

  • দাবী কৰা ধন লওতে আটক ৰেঞ্জাৰ ইকবাল আহমেদক।

  • ৩০ হাজাৰ টকা উৎকোচ লৈছিল তেঁও।