যোৰহাট

তিতাবৰত বন্যহস্তী পোৱালীৰ কৰুণ মৃত্যু

Asomiya Pratidin
  • তিতাবৰত নিশা বন্যহস্তীৰ পোৱালীৰ কৰুণ মৃত্যু

  • এটা গাঁতত পৰি মৃত্যুক আকোঁৱালী লয় ডেৰমহীয়া বন্যহস্তীৰ পোৱালীটোৱে

  • তিতাবৰ ৰঙাজান জংঘল লাইনত সংঘটিত হৈছে এই ঘটনা

  • খাদ্যৰ সন্ধানত গিৱন অভয়াৰণ্যৰ পৰা ওলাই যোৱা হাতীৰ জাকটোৰ লগত আছিল হাতী পোৱালীটো

  • ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত।