যোৰহাট

তিতাবৰৰ ৰাইজে হাতে-লোটে ধৰিলে ড্ৰাগছ ব্যৱসায়ীক

Asomiya Pratidin
  • ৰাইজৰ সহযোগত তিতাবৰ আৰক্ষীৰ সফলতা

  • ড্ৰাগছসহ আটক দুজন যুৱক

  • ৰংদৈ তিনি আলিৰ পৰা তিতাবৰ আৰক্ষীয়ে আটক কৰিছে দুই ধৃতক

  • তেওঁলোকৰ নাম মুস্তাফিজুৰ ৰহমান আৰু চাহিদ আহমেদ

  • ৰাইজে কেইবাদিনো খাপপিটি অৱশেষত নিশাৰ ভাগত ড্ৰাগছ ছিৰিঞ্জসহ হাতে-লোটে ধৰি তিতাবৰ আৰক্ষীক চমজাই দিয়ে

  • ড্ৰাগছ ব্যৱসায়ৰ লগত তিতাবৰৰ বহু কেইজন ব্যক্তি জড়িত থকাৰ কথা প্ৰকাশ।