যোৰহাট

যোৰহাটত উৱঁলি যোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin
  • যোৰহাট বাহনা ধৌৱাপুখুৰী গাঁৱত চাঞ্চল্যকৰ ঘটনা

  • ঘৰৰ ভিতৰত মহিলাৰ উৱঁলি যোৱা মৃতদেহ উদ্ধাৰ

  • কেৱল কংকাল থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো

  • মৃত মহিলাগৰাকীৰ নাম অনুপমা দত্ত

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।