যোৰহাট

আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি যুৱকৰ আত্মহনন !

Asomiya Pratidin
  • তিতাবৰত চাঞ্চল্যকৰ ঘটনা

  • আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি যুৱকৰ আত্মহননৰ অভিযোগ

  • মৃত যুৱকজন বিৰিণাশায়েক অঞ্চলৰ দীপাংকৰ গগৈ

  • আলফাৰ লিংকমেনৰ সন্দেহত শাৰীৰিক, মানসিক নিৰ্যাতন

  • যোৱা ৪ দিন ধৰি আৰক্ষীয়ে হাৰাশাস্তি চলাই অহাৰ অভিযোগ পৰিয়ালৰ

  • যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত আটক কৰিছিল দীপাংকৰক।