অসম

কাকপথাৰত সুৰামত্ত ট্রাক চালকে মহটিয়াই নিলে এখন মেজিক বাহন, নিহত ৭ জন

Asomiya Pratidin
  • কাকপথাৰৰ বৰডিৰাক তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • মঙলবাৰে নিশা সংঘটিত হয় পথ দুৰ্ঘটনাটো।

  • ট্রাক আৰু মেজিকৰ মাজৰ সংঘৰ্ষত নিহত ৭গৰাকী।

  • সুৰামত্ত ট্রাক চালকে মহটিয়াই নিলে এখন মেজিক বাহন।

  • দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন ৫গৰাকী।

  • দুৰ্ঘটনাক কেন্দ্র কৰি অঞ্চলটোত উত্তেজনাময় পৰিস্থিতি।

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।