অসম

কলিয়াবৰত বন্যহস্তীৰ আক্ৰমনত নিহত এজন…

asomiyapratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ

  • কলিয়াবৰৰ ১নং সৰিয়হবাৰীত বনৰীয়া হাতীৰ সন্ত্ৰাস।
  • নিশা হাতীৰ আক্ৰমণত এজন নিহত।
    নিহত লোকজনৰ নাম উপেন কলিতা।
  • নিশা প্ৰায় ১ বজাত বাহিৰলৈ ওলাই অহাৰ সময়তে লোকজনক আক্ৰমণ কৰে বনৰীয়া হাতীয়ে।