মাছ ধৰিবলৈ গৈ পুখুৰীত সলিল সমাধি যুৱকৰ 
অসম

মাছ ধৰিবলৈ গৈ পুখুৰীত সলিল সমাধি যুৱকৰ

Asomiya Pratidin
  • কলিয়াবৰৰ নলতলীত অঘটন।

  • মাছ ধৰিবলৈ গৈ পুখুৰীত সলিল সমাধি যুৱকৰ।

  • বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।

  • মৃত যুৱকজন নলতলী গাঁৱৰ জগদীশ দাস বুলি চিনাক্ত।

  • পুৱা পুখুৰীত মাছ ধৰিবলৈ গৈছিল জগদীশ দাসে।

  • SDRF বাহিনীৰ অভিযানত উদ্ধাৰ জগদীশ দাসৰ মৃতদেহ।