ROAD ACCIDENT  
অসম

কলিয়াবৰৰ দেওপানীত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • কলিয়াবৰৰ দেওপানীত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • দুখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখী সংঘৰ্ষ।

  • বুধবাৰে দিনৰ ভাগত সংঘটিত হয় এই ঘটনা।

  • দুৰ্ঘটনাত এটি শিশুসহ ৪জন যাত্রী আহত।

  • স্থানীয় ৰাইজৰ সহায়ত বাহনৰ পৰা উদ্ধাৰ আহতকেইজন।

  • আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।