ei muhurtar khabar  
কাৰ্বি-আংলং

ডিফুৰ ৰাজপথত এ চি এচ বিষয়াৰ গুণ্ডাগিৰি...

Asomiya Pratidin

•ডিফুৰ ৰাজপথত ACS বিষয়াৰ গুণ্ডাগিৰি ।

•পৰিয়ালকেন্দ্রিক বিবাদক কেন্দ্র কৰি ৰাজপথত সন্ত্রাস বিষয়াৰ ।

•জ্যেষ্ঠ এ চি এচ বিষয়া মুকুল কাথাৰৰ বিৰুদ্ধে এই অভিযোগ ।

•পত্নীৰ পিতৃৰ গৃহৰ সন্মুখত গুলী ফুটাই সন্ত্রাস বিষয়াগৰাকীৰ ।

•বিষয়াগৰাকীৰ বিৰুদ্ধে ডিফু থানাত এজাহাৰ পত্নীৰ পৰিয়ালৰ ।