এই মুহূৰ্তৰ খবৰ 
কাৰ্বি-আংলং

কাৰ্বি আংলঙৰ উমৰাংছ’ত ভয়ংকৰ দুৰ্ঘটনা

Asomiya Pratidin
  • কাৰ্বি আংলঙৰ উমৰাংছ’ত ভয়ংকৰ দুৰ্ঘটনা।

  • বাইক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ।

  • দুৰ্ঘটনাত থিতাতে নিহত ২জন বাইক আৰোহী।

  • এতিয়ালৈকে চিনাক্ত হোৱা নাই নিহত দুজন।

  • উমৰাংছ’ লংকা পথৰ ২৮ কিলো এলেকাত এই ঘটনা।