৩ কোটিৰ গাঞ্জা এৰি ট্ৰাকৰ পৰা জপিয়াই পলায়ন চালকৰ... 
কৰিমগঞ্জ

৩ কোটিৰ গাঞ্জা এৰি ট্ৰাকৰ পৰা জপিয়াই পলায়ন চালকৰ...

Asomiya Pratidin
  • অসম আৰক্ষীৰ অভিযানত পুনৰ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা।

  • কৰিমগঞ্জৰ চুৰাইবাৰী আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি।

  • জব্দকৃত ৬০০ কেজি ওজনৰ গাঞ্জাখিনিৰ মূল্য প্ৰায় ৩ কোটি টকা।

  • আগৰতলাৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ চেষ্টা কৰিছিল গাঞ্জাখিনি।

  • TR01AC 1686 ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ কৰা হৈছে এই গাঞ্জাখিনি।

  • আৰক্ষীকে দেখি এই ছয়চকীয়া ট্ৰাকখনৰ পৰা জপিয়াই পলায়ন কৰে চালকজনে।