প্ৰতীকি ফটো 
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ

  • কহঁৰা বনাঞ্চলৰ মিঠুনমাৰী বন শিৱিৰ এলেকাৰ বিলত উদ্ধাৰ হৈছে উৱলি যোৱা গঁড়ৰ মৃতদেহটো ৷

  • উদ্ধাৰ হোৱা গঁড়ৰ মৃতদেহটোৰ পৰা উদ্ধাৰ হোৱা নাই খৰ্গ ৷

  • বন বিভাগৰ মতে গঁড়টোৰ স্বাভাৱিক মৃত্যু হৈছে আৰু খৰ্গটো বিলৰ পানীত পৰি যোৱাৰ সন্দেহ ৷

  • খৰ্গটোৰ সন্ধানত বন বিভাগৰ অভিযান অব্যাহত ৷