অসম

খানাপাৰাত ভয়ংকৰ ঘটনা! উৰণীয়া সেতুৰ পৰা দুৰ্বৃত্তই তললৈ পেলাই দিলে যুৱকক

Asomiya Pratidin
  • খানাপাৰাৰ উৰণীয়া সেঁতুত ভয়ংকৰ ঘটনা।

  • উৰণীয়া সেতুৰ পৰা যুৱকক তললৈ পেলাই দিলে দুৰ্বৃত্তই।

  • মঙলবাৰে সংঘটিত হৈছে এই ঘটনা।

  • গুৰুতৰভাৱে আহত গুৰচফি আলী নামৰ যুৱকজন।

  • গুৰচফি পেছাত এজন ট্রাকচালক।

  • দেহৰ কেইবাটাও স্থানত আঘাত পাইছে যুৱকজনে।

  • ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ বশিষ্ঠ আৰক্ষীৰ।