road accident
অসম

খানাপাৰাত ৰোগীসহ বাগৰি পৰিল এখন এম্বুলেন্স

Asomiya Pratidin
  • খানাপাৰত ভয়ংকৰ দুৰ্ঘটনা।

  • ৰোগীসহ বাগৰি পৰিল এখন এম্বুলেন্স।

  • সোমবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা।

  • খানাপাৰাৰ লিলি হোটেলৰ সন্মুখত এই ঘটনা।

  • ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি।

  • এতিয়ালৈকে হতাহতিৰ খবৰ পোৱা নাই।