- কোকৰাঝাৰত জঘন্য ঘটনা।
- এগৰাকী মহিলাক ৫ যুৱকৰ নিৰ্যাতন।
- জালেৰে মেৰিয়াই বান্ধি লৈ চলাইছিল নিৰ্যাতন।
- ডাইনী সন্দেহত এই অকথ্য শাস্তি।
- কাজিগাঁৱৰ মুছলঝোৰাত সংঘটিত হৈছে এই জঘন্য কাণ্ড।
- আৰক্ষী গৈহে উদ্ধাৰ কৰে মহিলাগৰাকীক।
- প্ৰায় ২৪ ঘণ্টাৰ পাছত মহিলাগৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে।
- মহিলাগৰাকীৰ অৱস্থা সংকটজনক।
- বৰ্তমান গৌৰীপুৰ চিকিৎসালয়ত চিকিৎসাধীন মহিলাগৰাকী।