কচুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা মটৰ চাইকেলসহ চিটিকি পৰিল দুই যুৱক।
কচুৱাৰ চানখোলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।
এই দুৰ্ঘটনাত গুৰুতৰভাবে আহত দুই যুৱক।
স্থানীয় লোকে ততাতৈয়াকৈ কচুৱা মডেল হস্পাতাললৈ দুয়োকে প্ৰেৰণ কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে দুয়োকে নগাঁৱলৈ প্ৰেৰণ।
দুৰ্ঘটনা সংঘটিত হোৱা বাইকখনৰ নম্বৰ AS02AG5341
আহত যুৱকদ্বয় নুৰ আলম আৰু ইয়াচিন আলি।
দুয়োৰে ঘৰ কচুৱাৰ শিঙিমাৰি জিতগাওঁত।