লখিমপুৰ

'আফ্ৰিকান ছুৱাইন ফিভাৰ'ৰ পাদুৰ্ভাৱ

Asomiya Pratidin
  • AFRICAN SWINE FEVERৰ পাদুৰ্ভাৱ ৷

  • লখিমপুৰৰ লামু গাঁৱত ৯০৪ টা গাহৰি নিধন পশু পালন বিভাগৰ ৷

  • ৰতন গগৈৰ ফাৰ্মত নিধন এই গাহৰি ৷

  • কেইবা কোটি টকাৰ লোকচানৰ সন্মুখীন গাহৰি পালকজন।

  • ২০২০ ৰ পৰা আফ্ৰিকান চুৱাইন ফেভাৰৰ পাদুৰ্ভাৱ ৰাজ্যত অব্যাহত আছে ৷

  • আজিলৈকে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব পৰা নাই পশু পালন বিভাগে ৷