লখিমপুৰ

লখিমপুৰত আটক হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য

Asomiya Pratidin
  • লখিমপুৰত আটক হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য।

  • আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগত তীব্ৰ বাক-বিতণ্ডা ৷

  • তাৰপাছতে আটক কৰে বলেন বৈশ্যক।

  • লগতে আটক জাকিৰ হুছেইন নামৰ আন এজনলোককো।

  • লখিমপুৰ নগৰৰ গোপিনগৰ কলনীত চলি আছিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বৌদ্ধিক শিবিৰ।

  • ইয়াৰ মাজতে জাকিৰ হুছেইন নামৰ লোকজনৰ পৰিয়ালে বৌদ্ধিক শিবিৰত আক্ৰমণ কৰাৰ অভিযোগ।

  • ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত কৰি তোলে হিন্দু যুৱ ছাত্ৰ পৰিষদে।