লখিমপুৰ

সাৱধান লখিমপুৰবাসী; নীপকোৱে এৰি দিছে পানী...

Asomiya Pratidin
  • লখিমপুৰত পুনৰ বানৰ আশংকা।

  • মুকলি কৰা হৈছে ৰঙানদী জলবিদ্যুৎ‍ প্রকল্পৰ গেট।

  • নীপকোৱে প্রকল্পটোৰ পৰা এৰি দিব অতিৰিক্ত পানী।

  • প্রতি ছেকেণ্ডত ১৬১ ঘন মিটাৰ পানী অতিৰিক্তভাৱে এৰি দিয়া হ’ব ৰঙানদীত।

  • ইতিমধ্যেই ৰঙানদীৰ জলপৃষ্ঠ ৯৪ মিটাৰলৈ বৃদ্ধি পাইছে।

  • আৰু ১ মিটাৰ পানী বৃদ্ধি পালেই অতিক্রম কৰিব বিপদসীমা।

  • ইয়াৰ পাছতেই লখিমপুৰবাসীলৈ সাৱধানবাণী জাৰি কৰিছে।