লখিমপুৰ

লখিমপুৰত নিয়ন্ত্রণ হেৰুৱাই বাসগৃহত সোমাল বাহন

Asomiya Pratidin
  • লখিমপুৰৰ পহুমৰাত ভয়ংকৰ দুৰ্ঘটনা ৷

  • সুৰাসক্ত চালকৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা ৷

  • নিয়ন্ত্রণ হেৰুৱাই এটা পৰিয়ালৰ বাসগৃহত সোমাল এখন বাহন।

  • এ আৰ ০৬ ভি ৩৫৭৭ নম্বৰৰ অৰুণাচলৰ পৰা অহা বলেৰ' বাহনে সংঘটিত কৰে এই ঘটনা।

  • ঘটনাৰ ফলত বাসগৃহটোৰ বিস্তৰ ক্ষতি হয় ৷

  • বাহনখনৰ চালকে অত্যধিক সুৰাপান কৰি আছিল বুলি ব্যক্ত স্থানীয়ৰ।

  • উল্লেখ্য যে, বাহনখনৰ চালক আৰু হেণ্ডিমেনৰ অৱস্থা সংকটজনক ৷