লখিমপুৰ

লখিমপুৰত দুৰ্ঘটনাঃ নিৰ্বাচনৰ দায়িত্ব সামৰি ঘৰলৈ উভতাৰ পথতে মৃত্যু এজনৰ

Asomiya Pratidin
  • লখিমপুৰৰ দল’হাতত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷

  • ৰাজীৱ লেখাৰু নামৰ ব্যক্তিজন দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত হয়।

  • নিৰ্বাচনী কামৰ পৰা নিজা গাড়ীয়ে লখিমপুৰৰ পৰা ঘৰলৈ অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা ৷

  • এখন বাছেৰে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

  • ৰাজীৱ লেখাৰু বিহপুৰীয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক ৷