লখিমপুৰ

লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ দুৰ্ঘটনা

Asomiya Pratidin
  • লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনা

  • ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ খাৱৈত বাগৰিল বাহন

  • যাত্ৰীসহ ২০ ফুট দ খাৱৈত পৰিল টাটা এচি বাহন

  • দুৰ্ঘটনাত ১৮জন যাত্ৰী আহত

  • আহতসকলক চিকিৎসালয়ত ভৰ্তি

  • চালকে মদ্যপান কৰি বাহন চলোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।