দেওবিলত ৰঙানদীত দুই ছাত্ৰৰ সলিল সমাধি... 
লখিমপুৰ

দেওবিলত ৰঙানদীত দুই ছাত্ৰৰ সলিল সমাধি...

Asomiya Pratidin
  • লখিমপুৰৰ দেওবিলত অঘটন।

  • ৰঙানদীত দুই ছাত্ৰৰ সলিল সমাধি।

  • দুই ছাত্ৰৰ ঘৰ নৰাগাঁৱত।

  • এগৰাকী ছাত্ৰ সপ্তম শ্ৰেণীৰ জয়দ্বীপ হাজৰিকা।

  • আনগৰাকী ছাত্ৰ ষষ্ঠ শ্ৰেণীৰ তন্ময় দত্ত।

  • দুয়োগৰাকী ছাত্ৰ মৃতদেহ উদ্ধাৰ এছ ডি আৰ এফে।