অসম

লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত ভয়ংকৰ অগ্নিকাণ্ড, এতিয়ালৈ নিৰ্বাপন হোৱা নাই জুই

Asomiya Pratidin
  • লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত ভয়ংকৰ অগ্নিকাণ্ড।

  • বুধবাৰে দিনৰ ৩ মান বজাৰ পৰা সংঘটিত অগ্নিকাণ্ডৰ ঘটনা।

  • চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত এই অগ্নিকাণ্ড।

  • দাওদাও কৈ জুই জ্বলি যেনি-তেনি বিয়পি যায়।

  • ঘটনাস্থলীত ৫খনকৈ অগ্নি নিৰ্বাপক বাহিনীক উপস্থিত হৈছে জুই নিয়ন্ত্ৰণৰ চেষ্টা।

  • এতিয়ালৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ