অসম

লেফটেনেণ্ট জেনেৰেল উপেন্দ্র দ্বিবেদী হ’ব ভাৰতীয় সেনাৰ পৰৱৰ্তী মুৰব্বী

Asomiya Pratidin
  • লেফটেনেণ্ট জেনেৰেল উপেন্দ্র দ্বিবেদী হ’ব ভাৰতীয় সেনাৰ পৰৱৰ্তী মুৰব্বী।

  • মনোজ পাণ্ডেৰ স্থলাভিষিক্ত হ’ব উপেন্দ্র দ্বিবেদী।

  • ৩০ জুনত অৱসৰ ল’ব লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই।

  • বৰ্তমান উপ-সেনাপ্রধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল উপেন্দ্র দ্বিবেদী।