bokajan lightning 
অসম

ব্রহ্মপুত্রৰ সুঁতিত উটি গ’ল এজন ৮৫ বছৰীয়া বৃদ্ধ

Asomiya Pratidin
  • মাজুলীত অঘটন।

  • ব্রহ্মপুত্রৰ সুঁতিত উটি গ’ল এজন ৮৫ বছৰীয়া বৃদ্ধ।

  • গা ধুবলৈ যাওঁতেই বাঢ়নী পানীয়ে উটুৱাই নিয়ে বৃদ্ধগৰাকীক।

  • পানীৰ সোঁতৰ কবলত পৰি মৃত্যু হয় বৃদ্ধাগৰাকীৰ।

  • মৃত বৃদ্ধগৰাকী গায়ন গাঁৱৰ ভোগেশ্বৰ বৰা।

  • স্থানীয় ৰাইজে মিলি উদ্ধাৰ কৰে মৃতদেহটো।