মাজুলী

মাজুলীত ভয়ংকৰ অগ্নিকাণ্ড

Asomiya Pratidin
  • মাজুলী মাজৰ চাপৰিত ভয়ংকৰ অগ্নিকাণ্ড।

  • সম্পূৰ্ণ ৰূপে ভস্মীভূত এটি বাসগৃহ।

  • ভীমকান্ত পেগু নামৰ এজন লোকৰ ঘৰ ভস্মীভূত।

  • শুকুৰবাৰে সংঘটিত এই অগ্নিকাণ্ড।

  • প্ৰায় ডেৰ লক্ষ টকা সামগ্ৰী ভস্মীভূত।

  • স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয়।

  • কি কাৰণে এই অগ্নিকাণ্ড সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই।