এই মুহূৰ্তৰ খবৰ 
মাজুলী

মাজুলীত বান সাহায্য দিবলৈ যোৱা সন্ধানহীন দলক উদ্ধাৰ

Asomiya Pratidin
  • মাজুলীত বান সাহায্য দিবলৈ যোৱা সন্ধানহীন দলক উদ্ধাৰ।

  • কাৰ্তিক চাপৰি আৰু ভেকেলিত বান সাহায্য দিবলৈ গৈছিল দলটো।

  • SDRFৰ দলে উদ্ধাৰ কৰিলে ৭জনীয়া দলটোক।

  • নাওখন উদ্ধাৰ কৰাত ব্যৰ্থ SDRFৰ দল।

  • পশু চিকিৎসাৰ বিভাগৰ পৰা বান সাহায্যৰ বাবে গৈছিল দলটো।

  • দলটোত আছিল সঞ্জীত শইকীয়া, বিপুল হাজৰিকা, অজয় দাস।

  • লগত আছিল দুজন ক্ষেত্র সহায়ক, এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসহ ৪জনকৈ শ্রমিক।