পূব মাজুলীত বাঘৰ আতংকঃ কেইবাটাও পৰিয়ালৰ পোহনীয়া জন্তু ভক্ষণৰ খবৰ... 
মাজুলী

পূব মাজুলীত বাঘৰ আতংকঃ কেইবাটাও পৰিয়ালৰ পোহনীয়া জন্তু ভক্ষণৰ খবৰ...

Asomiya Pratidin
  • পূব মাজুলীৰ নতুন চামগুৰি সত্রত বাঘৰ আতংক।

  • পেৰাভাৰী গাঁৱত অৱস্থান এটা ঢেঁকীয়াপতীয়াৰ।

  • ফটকা ফুটাই বাঘ খেদাৰ চেষ্টা বন বিভাগৰ লোকৰ।

  • বাঘৰ বিচৰণত পূব মাজুলীৰ কেইবাখনো গাঁৱত আতংক

  • কেইবাটাও পৰিয়ালৰ পোহনীয়া জন্তু ভক্ষণ বাঘটোৰ।