অসম

মালিগাঁৱৰ নিৰ্মীয়মান উৰণীয়া সেতুত বিদ্যুৎস্পৃষ্ট ২ শ্রমিক

Asomiya Pratidin
  • মালিগাঁৱৰ নিৰ্মীয়মান উৰণীয়া সেতুত অঘটন।

  • বিদ্যুৎস্পৃষ্ট হৈ ২ শ্রমিক গুৰুতৰভাৱে আহত।

  • সোমবাৰে দিনৰ ভাগত সংঘটিত এই ঘটনা।

  • কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হয় দুয়োগৰাকী।

  • ততাতৈয়াকৈ চিকিৎসালয়লৈ প্রেৰণ দুয়োকে।