অসম

ৰে’লৰ খুন্দাত মৃত্যু যুৱকৰ, চিনাক্ত হোৱা নাই মৃতদেহ

Asomiya Pratidin
  • জোনাইত জোনকাৰেঙত ৰে’লে মহটিয়ালে এজন যুৱকক।

  • জোনকাৰেঙৰ মুৰ্ক্রংচেলেক ষ্টেচনৰ সমীপত সংঘটিত এই ঘটনা ।

  • শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

  • বৰ্তমানো চিনাক্ত হোৱা নাই নিহত যুৱকজনৰ পৰিচয়।

  • নামনিমুৱা লাচিত এক্সপ্রেছে সংঘটিত কৰে এই দুৰ্ঘটনা।

  • ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।