অসম

বুঢ়ী দিহিঙত সলিল সমাধি এজনৰ

Asomiya Pratidin
  • দুলীয়াজানত শোকাৱহ ঘটনা।

  • বুঢ়ী দিহিঙত সলিল সমাধি এজন লোকৰ।

  • নিহত বামুণ গাঁৱৰ ৰঞ্জিত দাস নামৰ লোকজন।

  • নৈৰ পাৰত গৰু এৰাল দিবলৈ গৈ সংঘটিত এই ঘটনা।