saraighat 
অসম

শৰাইঘাট দলঙৰ পৰা নদীত জাঁপ দিলে যুৱকেঃ NDRF,SDRF ৰ উদ্ধাৰ অভিযান অব্যাহত

Asomiya Pratidin
  • পুনৰ নতুন শৰাইঘাট দলঙত অঘটন।

  • দলঙৰ পৰা মৰণ জাঁপ এজন যুৱকৰ।

  • মঙলবাৰে সংঘটিত হয় এই ঘটনা।

  • যুৱকজন বৰপেটাৰ খনজয় দাস বুলি জানিব পৰা গৈছে।

  • সমগ্র দৃশ্য প্রত্যক্ষ কৰিলে এজন লোকে।

  • ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষী, NDRF বাহিনীৰ দল।

  • SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।

  • এতিয়ালৈকি বিচাৰি পোৱা নাই যুৱকজনক।