saraighat 
অসম

শৰাইঘাট দলঙৰ পৰা জপিয়াই মৃত্যুক সাৱতিলে যুৱকে

Asomiya Pratidin
  • শৰাইঘাট দলঙৰ পৰা মৰণ জাঁপ এজন যুৱকৰ।

  • শৰাইঘাট নতুন দলঙৰ পৰা জঁপিয়াই আত্মহত্যা যুৱকজনৰ।

  • শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

  • এতিয়ালোকে জানিব পৰা হোৱা নাই যুৱক জনৰ পৰিচয়।

  • নদী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে যুৱক জনৰ মৃতদেহ।

  • ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।