অসম

এইবাৰ মানাহ ৰাষ্ট্রীয় উদ্যানত গঁড়ৰ মৃত্যু...

Asomiya Pratidin
  • মানাহ ৰাষ্ট্রীয় উদ্যানত পুনৰ গঁড়ৰ মৃত্যু।

  • ভূঞাপাৰা ৰেঞ্জৰ ৰূপহী কেম্পৰ সমীপত উদ্ধাৰ মৃত গঁড়টো।

  • ঘটনাস্থলীত উপস্থিত উদ্যানখনৰ ক্ষেত্র সঞ্চালক ড০ বৈভৱ চি মাথুৰ।

  • উদ্যান কৰ্তৃপক্ষই উদ্ধাৰ কৰিছে গঁড়টোৰ খৰ্গ।

  • গঁড়টোৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত জনা হোৱা নাই।