এই মুহূৰ্তৰ খবৰ 
অসম

হাৱাইপুৰৰ ঠাকুৰবাৰী গাঁৱৰ পৰা বহু মূল্যৱান কাঠ জব্দ

Asomiya Pratidin
  • পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন বিভাগৰ অভিযান।

  • হাৱাইপুৰৰ ঠাকুৰবাৰী গাঁৱৰ পৰা বহু মূল্যৱান কাঠ জব্দ।

  • কাঠখিনি ডিমা হাছাওৰ পৰা সৰবৰাহ কৰাৰ সন্দেহ।

  • এজন লোকৰ ঘৰত মজুত কৰি ৰখা হৈছিল কাঠখিনি।