অসম

ৰেলৰ খুন্দাত নিহত মৰাণ ITIৰ এজন ছাত্র

Asomiya Pratidin
  • মৰাণ মহাবিদ্যালয়ৰ সন্মুখত অঘটন।

  • ৰেলৰ খুন্দাত নিহত মৰাণ ITIৰ এজন ছাত্র।

  • বুধবাৰে সংঘটিত হয় এই ঘটনা।

  • নিহত ছাত্রজন পানীটোলাৰ ৰাহুল চাংমাই বুলি চিনাক্ত।

  • উজনিমুৱা 15669 নম্বৰৰ নাগালেণ্ড এক্সপ্রেছৰ খুন্দাত নিহত।

  • ঘটনাস্থলীত উপস্থিত হৈ ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।